ধুবুৰী জিলাত ঐতিহাসিক ব্ৰহ্মপুত্ৰ মহোৎসৱৰ শুভাৰম্ভ: লোক সংস্কৃতিৰ অনন্য সমাহাৰ
ধুবুৰী: নামনি অসমৰ ঐতিহাসিক চহৰ ধুবুৰীত আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ লোক সংস্কৃতি মহোৎসৱৰ শুভাৰম্ভ ঘটিছে। নদীৰ পাৰত স্থানীয় শিল্পী আৰু বিভিন্ন জনগোষ্ঠীয় লোকসকলে নিজ নিজ পৰম্পৰাগত কৃষ্টি প্ৰদৰ্শন কৰে।
উদ্বোধনী সভাত জিলা আয়ুক্তই কয় যে এই মহোৎসৱে ধুবুৰীৰ পৰ্যটন আৰু হেৰিটেজক বিশ্ব দৰবাৰত তুলি ধৰাত সহায় কৰিব।
সম্পৰ্কীয় বাতৰি